You are now leaving GSK’s website and are going to a website that is not operated/controlled by GSK. Though we feel it could be useful to you,we are not responsible for the content/service or availability of linked sites. You are therefore mindful of these risks and have decided to go ahead.

Agree Agree Agree Stay
সময়মতে টিকাকৰণ(ভেকছিনেশ্বন) হৈছে আপোনাৰ সন্তানক গুৰুত্বৰ ৰোগৰ পৰা সুৰক্ষিত কৰাৰ এক সুৰক্ষিত আৰু কাৰ্যকৰী উপায়।

পালি: 3 ৰ 1

ইয়াৰ পৰা সুৰক্ষা দিয়ে: ডিপথেৰিয়া, টিটেনাছ, আৰু পাৰ্টুচিছ টিকাকৰণ(ভেকছিনেশ্বন)বোৰ মিশ্ৰণ ভেকছিনত অন্তৰ্ভুক্ত কৰা হয় যি আন ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে, নৱজাতকৰ বাবে নিয়মীয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ অংশ হিচাপে।

দিব লাগিব: 6 সপ্তাহত

আপুনি আপোনাৰ সন্তানক কেনেদৰে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে?

ডিপথেৰিয়া, টিটেনাছ, আৰু পাৰ্টুচিছ টিকাকৰণ(ভেকছিনেশ্বন)বোৰ মিশ্ৰণ ভেকছিনত অন্তৰ্ভুক্ত কৰা হয় যি আন ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে, নৱজাতকৰ বাবে নিয়মীয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ অংশ হিচাপে।

অধিক তথ্যৰ বাবে আপোনাৰ পেছাদাৰী স্বাস্থ্যসেৱাৰ সৈতে পৰামৰ্শ কৰক।

ডিপথেৰিয়াৰ বিৰুদ্ধে সুৰক্ষা - সংক্ৰমণ বিয়পা বন্ধ কৰিবলৈ ডিপথেৰিয়া থকা লোকসকলক পৃথকে ৰাখিব লাগে; ভাল পৰিচ্ছন্নতাৰ অভ্যাসবোৰো পৰামৰ্শ দিয়া হয় (যেনে হাঁচি বা কাহ হ'লে হাত ধোৱা আৰু মুখ আৰু নাক ঢাকি দিয়া)।

টিটেনাছৰ বিৰুদ্ধে সুৰক্ষা - আপোনাক টিকাকৰণ(ভেকছিনেশ্বন) কৰা হ'লে বা গুৰুত্বৰ আঘাতৰ পিছত টিটেনাছ ইমিউনোগ্লোবিউলিন নামৰ চিকিৎসা বেজী দিয়া হ'লেহে আপোনাক টিটেনাছ হোৱাৰ পৰা সুৰক্ষিত কৰিব পাৰি।

পাৰ্টুচিছৰ বিৰুদ্ধে সুৰক্ষা - হুপিং কাহ থকা লোকসকলে ভাল পৰিচ্ছন্নতা অভ্যাস কৰিব লাগে (যেনে তেওঁৰ/তেওঁলোকৰ সংক্ৰমিত শিশুৱে কাহ আৰু হাঁচি মাৰিলে, মুখ আৰু নাক ঢাকি ৰাখিব লাগে আৰু তেওঁৰ/তেওঁলোকৰ সংক্ৰমিত সন্তানৰ হাত নিয়মীয়াকৈ ধুব লাগে) ৰোগৰ বিস্তাৰ হ্ৰাস কৰিব লাগে।

পালি: 5 ৰ 1

ইয়াৰ পৰা সুৰক্ষা দিয়ে: স্নায়ুপ্ৰভাৱিত কৰিব পৰা ভাইৰাছৰ ফলত হোৱা ৰোগ

দিব লাগিব: 6 সপ্তাহত

আপুনি আপোনাৰ সন্তানক কেনেদৰে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে

পলিঅ' ভেকছিনটো কেৱল প্ৰদান কৰিব পাৰি বা সংমিশ্ৰণ ভেকছিনত অন্তৰ্ভুক্ত কৰিব পাৰি যি আন ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে, নৱজাতকৰ বাবে নিয়মীয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ অংশ হিচাপে। দুৰ্ভাগ্যবশতঃ, ৰোগটোৰ কোনো চিকিৎসা নাই। অধিক তথ্যৰ বাবে আপোনাৰ স্বাস্থ্যসেৱা পেছাদাৰীৰ সৈতে পৰামৰ্শ কৰক।

পালি: 4 ৰ 1

ইয়াৰ পৰা সুৰক্ষা দিয়ে: হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰকাৰ বি (হিব) বেক্টেৰিয়া

দিব লাগিব: 6 সপ্তাহ বয়সত

আপুনি আপোনাৰ সন্তানক কেনেদৰে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে

হিব ভেকছিনটো সংমিশ্ৰণ ভেকছিনত অন্তৰ্ভুক্ত কৰিব পাৰি যি আন ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে, নৱজাতকৰ বাবে নিয়মীয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ অংশ হিচাপে। অধিক তথ্যৰ বাবে আপোনাৰ পেছাদাৰী স্বাস্থ্যসেৱকৰ সৈতে পৰামৰ্শ কৰক।

হাত ধোৱা, পানী যোগান আৰু অনাময় ব্যৱস্থা উন্নত কৰা, আৰু ঘৰুৱা বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ দ্বাৰাও হিব ৰোগৰ বিস্তাৰ প্ৰতিৰোধ কৰিব পাৰি।

পালি: 4 ৰ 2

ইয়াৰ পৰা সুৰক্ষা দিয়ে: ৰোটাভাইৰাছ সংক্ৰমণ; অন্ত্ৰপ্ৰভাৱিত কৰিব পৰা ভাইৰাছৰ ফলত হোৱা ৰোগ

দিব লাগিব: 6 সপ্তাহত

আপুনি আপোনাৰ সন্তানক কেনেদৰে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে?

ৰোটাভাইৰাছ ভেকছিন হৈছে নৱজাতকৰ বাবে নিয়মীয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ অংশ হিচাপে প্ৰদান কৰা এক মৌখিক ভেকছিন। অধিক তথ্যৰ বাবে আপোনাৰ পেছাদাৰী স্বাস্থ্যসেৱকৰ সৈতে পৰামৰ্শ কৰক।

ভাল পৰিচ্ছন্নতা যেনে হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, উন্নত পানী আৰু অনাময় হৈছে সংক্ৰমণৰ বিৰুদ্ধে নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ গুৰুত্বপূৰ্ণ কাৰক।

পালি: 3 ৰ 1

ইয়াৰ পৰা সুৰক্ষা দিয়ে: ৰোটাভাইৰাছ সংক্ৰমণ; অন্ত্ৰপ্ৰভাৱিত কৰিব পৰা ভাইৰাছৰ ফলত হোৱা ৰোগ

দিব লাগিব: 6 সপ্তাহত

আপুনি আপোনাৰ সন্তানক কেনেদৰে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে?

ৰোটাভাইৰাছ ভেকছিন হৈছে নৱজাতকৰ বাবে নিয়মীয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ অংশ হিচাপে প্ৰদান কৰা এক মৌখিক ভেকছিন। অধিক তথ্যৰ বাবে আপোনাৰ পেছাদাৰী স্বাস্থ্যসেৱকৰ সৈতে পৰামৰ্শ কৰক।

ভাল পৰিচ্ছন্নতা যেনে হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, উন্নত পানী আৰু অনাময় হৈছে সংক্ৰমণৰ বিৰুদ্ধে নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ গুৰুত্বপূৰ্ণ কাৰক।

পালি: 4 ৰ 1

ইয়াৰ পৰা সুৰক্ষা দিয়ে: নিউমোকোক্কাল ৰোগ যাৰ ফলত নিউমোনিয়া, অটাইটিছ মিডিয়া, মেনিনজাইটিছ আৰু নিউমোকোক্কাল বেক্টেৰিয়াৰ ফলত হোৱা অন্যান্য ৰোগ হ'ব পাৰে

দিব লাগিব: 6 সপ্তাহত

আপুনি আপোনাৰ সন্তানক কেনেদৰে সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে?

কেটচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)

যদি আপোনাৰ নিৰ্ধাৰিত সময়ত এই টিকাকৰণ(ভেকছিনেশ্বন)ৰ পালিটো বাদ পৰে, আপুনি কেচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)ৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব পাৰে।

মহামাৰীৰ সময়ত টিকাকৰণ(ভেকছিনেশ্বন)ৰ আগৰ যত্ন

এই সময়ত টিকাকৰণ(ভেকছিনেশ্বন)ৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব?

কেৱল আগতীয়া টিকাকৰণ(ভেকছিনেশ্বন) এপইণ্টমেণ্টৰ সৈতে আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাওঁক

সঘনাই ব্যৱধানত এলকহল-আধাৰিত চেনিটাইজাৰ ব্যৱহাৰ কৰিব

কেঁচুৱাৰ বাহিৰে সকলো তত্ত্বাৱধায়ক আৰু শিশুৱে মুখা পিন্ধিব লাগে সকলো সময়তে সামাজিক দূৰত্ব বজাই ৰাখিব আৰু যিমান সম্ভৱ পৃষ্ঠৰ সম্পৰ্ক পৰিহাৰ কৰিব কোনো পুতলা/ব্যক্তিগত বস্তু কঢ়িয়াই নিব আৰু দুৱাৰৰ হেণ্ডেল স্পৰ্শ কৰা পৰিহাৰ কৰিব

জ্যেষ্ঠ নাগৰিকসকলে (60 বছৰতকৈ অধিক বয়সৰ) ভেকছিনৰ সৈতে যাব নালাগে কৰ্মচাৰীৰ পৰামৰ্শ অনুসৰি টিকাকৰণ(ভেকছিনেশ্বন) ক্লিনিকত প্ৰৱেশ কৰক, প্ৰস্থান কৰক আৰু নিজকে পৰিচালনা কৰক

টিকাকৰণ(ভেকছিনেশ্বন)ৰ পিছত যত্ন

আপোনাৰ চিকিৎসকে আপোনাক টিকাকৰণ(ভেকছিনেশ্বন)ৰ পিছত নিৰ্দেশনাৰ এক সংহতি অনুসৰণ কৰিবলৈ নিৰ্দেশনা দিব। অনুগ্ৰহ কৰি সেই নিৰ্দেশনাবোৰ সাৱধানে অনুসৰণ কৰক।

অতিৰিক্ত পৰামৰ্শ

আপুনি আপোনাৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগতে টিকাকৰণ(ভেকছিনেশ্বন)ৰ তথ্য ভালদৰে পঢ়ক

সপ্তাহান্তত টিকাকৰণ(ভেকছিনেশ্বন)ৰ পৰিকল্পনা কৰক যাতে আপুনি টিকাকৰণ(ভেকছিনেশ্বন)ৰ পিছত আপোনাৰ সন্তানক পৰ্যাপ্ত সময় দিব পাৰে

নিশ্চিত কৰিব যে আপোনাৰ কেঁচুৱাই বাহু উন্মুক্ত কৰা কাপোৰ পিন্ধি আছে যাতে টিকাকৰণ(ভেকছিনেশ্বন)ৰ সময়ত আপুনি সেইবোৰ আঁতৰাব নালাগে

আপোনাৰ সন্তানক শান্ত কৰিবলৈ প্ৰিয় খেলনাটো কঢ়িয়াই নিব

যদি আপোনাৰ সন্তান ডাঙৰ হয়, তেওঁলোকক টিকাকৰণ(ভেকছিনেশ্বন)ৰ লাভালাভবোৰ বৰ্ণনা কৰক

আপোনাৰ সন্তানৰ সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেশ্বন) অনুসূচী প্ৰাপ্ত কৰক

এতিয়া ডাউনলোড কৰক

গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ড0 এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।

এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসা সম্পৰ্কীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। এই ৰোগে আইকন/ছবি উপস্থাপন কৰে আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে।

আপোনাৰ সন্তানৰ সুৰক্ষাত সাম্ভাব্য ব্যৱধানবোৰ চিনাক্ত কৰক

আপোনাৰ সন্তানে টিকাকৰণ(ভেকছিনেইশ্বন) বাদ পৰিছে নেকি চাবলৈ ব্যক্তিগত সময়ৰেখা এটা সৃষ্টি কৰক*

এতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক

2021(গ) গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেড। সকলো অধিকাৰ সংৰক্ষণ
গোপনীয়তা নীতি | কুকিজ নীতি | অস্বীকাৰ

অস্বীকাৰ:
এই ৱেবছাইটটো কেৱল ভাৰতৰ বাসিন্দাসকলৰ বাবে।
ইয়াত উল্লেখ কৰা ৰোগবোৰৰ তালিকা হৈছে আই.এ.পি.-ৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ তালিকাত থকা ৰোগবোৰ (ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স) সেইবোৰৰ নিয়মীয়া আৰু কেচআপ টিকাকৰণ(ভেকছিনেইশ্বন)ৰ পৰামৰ্শত। তালিকাৰ বাহিৰতো ৰোগ থাকিব পাৰে যিয়ে শিশুটোক প্ৰভাৱিত কৰিব পাৰে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ডo এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত। এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা কোনোটোৱেও চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসাজনিত প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এইয়া এক পেছাদাৰী আৰ্হি।
CL কোড: NP-IN-ABX-WCNT-210003, DoP Dec 2021

শ্বেয়াৰ অন কৰক
Share
Vaccination Tracker