You are now leaving GSK’s website and are going to a website that is not operated/controlled by GSK. Though we feel it could be useful to you,we are not responsible for the content/service or availability of linked sites. You are therefore mindful of these risks and have decided to go ahead.
Agree Agree Agree Stayশিশুৱে শৈশৱ অতিক্ৰম কৰাৰ পিছত, অভিভাৱকে প্ৰায়ে তেওঁলোকৰ সন্তানৰ টিকা(ৱেকছিন)ৰ স্থিতিৰ অনুসৰণ কৰিব নোৱাৰা হৈ যায়। ফলস্বৰূপে, শিশুৰ সংক্ৰমণ আৰু ৰোগৰ আশংকা বাঢ়ি যায়, যাৰ ফলত সিহঁতৰ অধ্যয়নত ব্যাঘাত জন্মিব পাৰে, কিন্তু লগতে সিহঁতৰ স্বাস্থ্যৰ সৈতে আপোচ কৰিব লগা হয়।
সেয়েহে, যদি আপুনি নিশ্চিত নহয় যে আপোনাৰ সন্তান পৰ্যাপ্ত ভাৱে সুৰক্ষিত আছে নে নাই, শিশুৰ টিকাকৰণ(ভেকছিনেইশ্বন) কাৰ্ড পৰীক্ষা কৰক, আৰু থাকি যোৱা বা উপযুক্ত টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ শিশু বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।
আপোনাৰ চিকিৎসকে পৰামৰ্শ দিয়া অনুসৰি বয়সৰ উপযুক্ত টিকাকৰণ(ভেকছিনেইশ্বন) প্ৰাপ্ত কৰিলে কেইবাটাও জীৱন-আপোচকাৰী সংক্ৰমণৰ বিৰুদ্ধে অতি প্ৰয়োজনীয় ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰিব পাৰে।
#ওপৰৰ লিংকসমূহত ক্লিক কৰাৰ আগতে অনুগ্ৰহ কৰি তলৰ অস্বীকাৰ চাওক
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ডo এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।
এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসা সম্পৰ্কীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। এই ৰোগে আইকন/ছবি উপস্থাপন কৰে আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে।
#: আপুনি এতিয়া জিএচকেৰ ৱেবছাইট এৰিছে আৰু জিএচকে-ৰ দ্বাৰা পৰিচালিত নোহোৱা ৱেবছাইট এটালৈ গৈ আছে। লিংক কৰা ছাইটসমূহৰ সমল বা উপলব্ধতাৰ বাবে আমি দায়বদ্ধ নহয়। সেয়েহে আপুনি এই বিপদাশংকাবোৰৰ প্ৰতি সজাগ আৰু আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে। জিএচকে আন তৃতীয় পক্ষৰ ৱেবছাইটৰ লিংক আগবঢ়ায় যিবোৰ আমাৰ ৱেবছাইট দৰ্শনাৰ্থীসকলৰ বাবে আগ্ৰহী হ'ব পাৰে। প্ৰদান কৰা লিংকবোৰ হৈছে ইণ্টাৰনেটত অন্যান্য উপযোগী তথ্য বিচাৰি উলিওৱাত আপোনাক সহায় কৰাৰ বাবে। যেতিয়া আপুনি এই লিংকবোৰত ক্লিক কৰে আপুনি জিএছকেৰ ৱেবছাইট এৰি যাব আৰু আন এটা ছাইটলৈ পুনঃনিৰ্দেশিত কৰা হ'ব। এই ছাইটবোৰ জিএচকেৰ নিয়ন্ত্ৰণত নাই।
জিএচকে সংযুক্ত তৃতীয় পক্ষৰ ৱেবছাইটৰ সমলৰ বাবে দায়বদ্ধ নহয়। আমি এই তৃতীয় পক্ষবোৰৰ এজেণ্ট নহয় বা আমি তেওঁলোকৰ তথ্য সমৰ্থন বা গেৰাণ্টি নিদিওঁ। সংযোজিত ছাইটবোৰত সন্নিবিষ্ট তথ্যৰ শুদ্ধতা সম্পৰ্কে আমি কোনো প্ৰতিনিধিত্ব বা ৱাৰেণ্টি নিদিওঁ। আমি পৰামৰ্শ দিওঁ যে আপুনি এই তথ্যৰ ওপৰত কাম কৰাৰ আগতে সদায়ে সংযোজিত ৱেবছাইটবোৰৰ পৰা প্ৰাপ্ত তথ্য পৰীক্ষা কৰিব।
লগতে, অনুগ্ৰহ কৰি অৱগত হ'ব যে এই ছাইটবোৰত সুৰক্ষা আৰু গোপনীয়তা নীতি জিএচকে নীতিতকৈ পৃথক হ'ব পাৰে, সেয়েহে অনুগ্ৰহ কৰি তৃতীয় পক্ষৰ গোপনীয়তা আৰু সুৰক্ষা নীতিবোৰ নিবিড়ভাৱে পঢ়ক।
যদি আপোনাৰ লিংক কৰা তৃতীয় পক্ষৰ ৱেবছাইটত আগবঢ়োৱা সামগ্ৰী আৰু সেৱাবোৰৰ বিষয়ে কোনো প্ৰশ্ন বা এই সম্পৰ্কীয় শংকা আছে, অনুগ্ৰহ কৰি তৃতীয় পক্ষৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক"।