• সঠিক আৰু নিৰন্তৰ চিকিৎসাৰ দ্বাৰা, যক্ষ্মা ৰোগসম্পূৰ্ণৰূপে চিকিৎসা কৰিব পাৰি। লক্ষণ আৰু তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি, আপোনাক প্ৰয়োজনীয় ঔষধ দিয়া হ'ব।
• যদি আপোনাৰ আনক সংক্ৰমিত কৰাৰ সম্ভাৱনা আছে, আপুনি কমেও কেইসপ্তাহমান ঘৰত থাকিবলৈ পৰামৰ্শ দিয়া হ'ব পাৰে।
• যক্ষ্মা আৰু বিচিজি টিকাকৰণ(ভেকছিনেশ্বন)ৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ডo এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।
এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। ৰোগ প্ৰতিনিধিত্ব আইকন/ছবি আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবেহে।